94
ৱাশ্চিংটনঃ জনসংখ্যাৰ ফালৰপৰা বিশ্বৰ সৰ্ববৃহৎ ধৰ্মৰ স্থান দখল কৰিব ইছলাম ধৰ্মই। খ্ৰীষ্টানসকলৰ পিছতে থকা ইছলাম ধৰ্মৰ জনসংখ্যা সম্পৰ্কে এই তথ্য প্ৰকাশ কৰিছে আমেৰিকাৰ ইউ ৰিছাৰ্চ চেন্টাৰে।
সম্প্ৰতি যিটো হাৰত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি পাইছে, সেয়া অনুধাৱন কৰি সংস্থাটোৱে দাবী কৰিছে যে জনসংখ্যাৰ দিশত উক্ত ধৰ্মটোৱে বিশ্বত অভিলেখ স্থাপনৰ দিশে আগবাঢ়িছে।