54
newsnextone.com | ডিজিটেল ডেস্কঃ ৰোহিংগীয়া শৰণাৰ্থীক উভতাই নিয়াৰ বাবে যোজা চলাইছে ম্যানমাৰ চৰকাৰে৷ কোনো চৰ্ত নোহোৱাকৈ ম্যানমাৰ চৰকাৰে বাংলাদেশৰ পৰা নিব শৰণাৰ্থীসকলক৷
বাংলাদেশত থকা ৰোহিংগীয়া শৰণাৰ্থীসকলক ম্যানমাৰে উভতাই নিয়াৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ লগতে, স্বাভাবিক পৰিস্থিতি ৰক্ষা কৰা আৰু নিৰাপত্তা প্ৰদান কৰাৰ বাবেও আশ্বাস প্ৰদান কৰে৷