46
ডিজিটেল ডেস্কঃ শান্তিৰ নোবেল জয়ী আং চাং চ্যু কীৰ দেশ ম্যানমাৰত এতিয়া বৈছে তেজৰ নৈ৷ বৌদ্ধ ধৰ্ম প্ৰধান দেশখনৰ সেনাবাহিনীয়ে সংখ্যালঘু ৰোহিংগীয়া মুছলমানসকলৰ ওপৰত চলাইছে আমানুষিক অত্যাচাৰ৷ বিদ্ৰোহ দমনৰ নামত ৰোহিংগীয়া নিৰীহ লোকসকলৰ ওপৰত জপিয়াই পৰিছ দেশখনৰ সেনাবাহিনী৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!