নগাঁওঃ নগাঁৱৰ ২৩  জিলা পৰিষদ সমষ্টিৰ চূড়ান্ত ফলাফল 

১ জৰামাৰী আলিটাঙণি - AIUDF 
২ বেচামাৰী  - INC 
৩ টুকটুকি - AIUDF 
৪ বটদ্ৰৱা - AIUDF 
৫ হাতীচোং - BJP 
৬ গড়াজান - INC 
৭ ভকতগাঁও - INC 
৮ চাপৰমুখ - BJP 
৯ ৰূপহী  - INC 
১০ বাৰপূজীয়া - BJP 
১১ জাগিয়াল  - BJP 
১২ জুৰীয়া - AGP 
১৩ শিঙিয়া - INC 
১৪ কাছমাৰী - BJP 
১৫ পাখিমৰীয়া - INC 
১৬ শিঙিমাৰী মাধৱপাৰা - INC 
১৭ কচুৱা - INC 
১৮ বাজিয়াগাঁও - INC 
১৯ কঠিয়াতলী কামপুৰ - AGP 
২০ বামুণী - AGP 
২১ ভোটাই পাঠৰি  - INC 
২২ চামগুৰি - BJP 
২৩ পুৰণিগুদাম - BJP