মনোনয়ন দাখিলৰ অন্তিম দিনা নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰাৰ্থী-সমৰ্থকৰ ভিৰ

Home ৰাজনীতিমনোনয়ন দাখিলৰ অন্তিম দিনা নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰাৰ্থী-সমৰ্থকৰ ভিৰ

মনোনয়ন দাখিলৰ অন্তিম দিনা নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰাৰ্থী-সমৰ্থকৰ ভিৰ

by News Desk
55 views
A+A-
Reset

নলবাৰীঃ সোমবাৰে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন-প্ৰত্ৰ দাখিলৰ অন্তিমটো দিনত পুৱাৰেপৰা নলবাৰীৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰাৰ্থী তথা সমৰ্থকৰ ভিৰ পৰিলক্ষিত হয়।

প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে নিৰ্বাচনৰ বাবে। আজি দাখিল কৰা হয় জিলাখনৰ ৬৫ খন গাওঁ পঞ্চায়ত, ৬৫ খনকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগতে জিলাখনৰ ১৩ খন জিলা পৰিষদৰ প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0