56
newsnextone.com | ডিজিটেল ডেস্কঃ এইবাৰ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে উত্তৰ পূবৰ লোকক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছৰ নেতাই উত্তৰ পূৰ্বাঞ্চলৰ পোছাকক লৈ মন্তব্য প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হয়।
After insulting Hindus, Shashi Tharoor has now insulted the whole of North East specifically the people of Nagaland… Good going Congress! pic.twitter.com/dD2kFln1Kv