Home ৰাজনীতিচতুৰ্থ বাৰৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা নেফিঅ’ ৰিঅ’ কোন? পঢ়ক এই বাতৰি

চতুৰ্থ বাৰৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা নেফিঅ’ ৰিঅ’ কোন? পঢ়ক এই বাতৰি

by News Desk
80 views
A+A-
Reset

নাগালেণ্ডঃ উত্তৰ-পূবাঞ্চলৰ পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নেফিঅ’ ৰিঅ’ই৷ উল্লেখ্য যে নাগালেণ্ডত এনডিপিপি দলে বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰিছে৷ ৰাজ্যখনৰ ৰাজধানী ক’হিমা লোকেল গ্ৰাউণ্ডত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল পিবি আচাৰ্যই৷

মুখ্যমন্ত্ৰীৰ লগতে নৱগঠিত চৰকাৰৰ ১০গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত লয়৷ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিজেপিৰ উত্তৰ-পূবৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু অগপ দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্তও উপস্থিত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0