Home বিশ্বনেপালত বাছ দুৰ্ঘটনা, এজন ভাৰতীয় সহ ৭ জনৰ মৃত্যু

নেপালত বাছ দুৰ্ঘটনা, এজন ভাৰতীয় সহ ৭ জনৰ মৃত্যু

by News Desk
71 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ ৰাজধানীৰ পৰা কিছু নিলগত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত সহ এগৰাকী ভাৰতীয় সহ ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। জানিব পৰা মতে, নেপালৰ চিতৱান জিলাত শুকুৰবাৰে আবেলি এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ লাগে। বাছখন কাঠমাণ্ডুৰ পৰা পােখহাৰালৈ আহি আছিল।

ফলত ৭ গৰাকী লোকৰ থিতাতে মৃত্যু হয়। মৃত্যু হোৱা লোকৰ ভিতৰত এজন ভাৰতীয় থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আহত প্ৰায় ১২ গৰাকী লোকক হস্পিতালত ভৰ্তি কৰা হৈছে। ইয়াৰে ৬ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0