69
কাঠমাণ্ডুঃ দেওবাৰে বিয়লি অহা এজাক ধুমুহা-বৰষুণত নেপালত অতি কমেও ২৫ জন লোক নিহত হোৱাৰ লগতে ৪০০ৰো অধিক লোক আহত হয়।
ধুমুহা-বৰষুণে দক্ষিণ নেপালৰ বাৰা জিলা আৰু কাষৰীয়া পাৰছা নামৰ জিলাখনক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে।