69
newsnextone.com | ডিজিটেল ডেস্কঃ হাজাৰ হাজাৰ গো নিধন কৰা হৈছে৷ চৰকাৰী ধন খৰচ কৰি গৰু নিধন যজ্ঞ চলিছে নিউজিলেণ্ডত৷ নিৰুপায় চৰকাৰ কিম্বা প্ৰশাসন৷ গো-নিধন নহ’লে ৰক্ষা নাপায় মানুহো৷ কিন্তু কিয় কৰা হৈছে হাজাৰ হাজাৰ গৰু হত্যা?
যোৱাবছৰতে চিনাক্ত কৰা হৈছিল ৰোগবিধৰ৷ সমগ্ৰ নিউজিলেণ্ড ব্যপি সূত্ৰপাত হৈছিল আতংকৰ৷ মাজতে কিছু দিন এই আতংক মাৰ যোৱাৰ পিছত পুনৰ এবাৰ দেশখনত এই আতংকই চানি ধৰে৷ এই আতংক হৈছে এবিধ বেক্টেৰিয়াৰ৷