ডিজিটেল ডেস্কঃ দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৮৪সংখ্যক কংগ্ৰেছ মহাধিৱেশনত ৰাহুল গান্ধীয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰে৷ দিল্লীৰ ইন্দিৰা গান্ধী ইন্দ’ৰ ষ্টেডিয়ামত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰম, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, পাঞ্জাৱৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধু আদিয়ে ভাষণ প্ৰদান কৰে৷ তাৰ লগে লগে মহাধিৱেশনৰ অন্যতম আকৰ্ষণ আছিল দলৰ নতুন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীৰ ভাষণ৷
LIVE: Press conference by Smt @nsitharaman. https://t.co/7Yql0wHM9T