Home E-সংবাদNNO ই-সংবাদ 25062025

NNO ই-সংবাদ 25062025

by News Next One
A+A-
Reset

▪️কাকতখন পঢ়িবলৈ তলৰ Login অথবা Unlock Now অপশ্যনত ক্লিক কৰক▪️

প্ৰথম পৃষ্ঠা ▪️দেশত ১০০ কোটি ডলাৰলৈ বৃদ্ধি ‘তপা ট্ৰিটমেণ্ট’ৰ বজাৰ ▪️‘ভেল্যুলেচ’ ট্ৰাম্প! ৰণচণ্ডী ইৰাণৰ আক্ৰমণ ইজৰাইলত▪️মধ্যপ্ৰাচ্যলৈ ৰপ্তানি হ্ৰাস অসমৰ চাহপাতৰ!▪️চৰকাৰী যন্ত্ৰ আখ্যা দি সৰৱ ৰাহুল গান্ধী▪️ভূমিস্খলন! বদৰপুৰ-লামডিং ৰে’লপথ বন্ধ▪️ভটিয়াপাৰাত অব্যাহত অ’এনজিচিৰ গেছ লিক▪️দীঘলীপুখুৰীত গছ কটাত বাধা▪️মুখ্যমন্ত্ৰীৰ ওলোটা খৰ! হাচিলা বিলৰ উচ্ছেদস্থলীৰ বুজ লৈ কৰিলে শান্তিৰ আহ্বান▪️চিআৰপিএফ কেম্পত সংঘটিত বিস্ফোৰণকাণ্ড▪️পৰ্বতঝোৰাত বড়ো জনগোষ্ঠীৰ ব্যাপক প্ৰতিবাদ▪️মাতৃহাৰা হ’ল সমুজ্জ্বল ভট্টাচাৰ্য▪️ভ্ৰূক্ষেপ নাই হিমন্তৰ! পুষ্টিহীনতাত আক্ৰান্ত চাহ সমাজ▪️জল্লাদ হ’বলৈ মুখ্যমন্ত্ৰী হোৱাৰ মন অখিলৰ!

ষষ্ঠ পৃষ্ঠা ▪️ইনষ্টাগ্ৰামত ভগৱানৰ ওপৰত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ যুৱক▪️পৰ্বতঝোৰাৰ দেৱীতোলা শিশু উন্নয়ণ প্ৰকল্প বিষয়া কাৰ্যালয়ত দূৰ্নীতি নিবাৰকৰ অভিযান▪️প্ৰতিবন্ধীৰ প্ৰতিবাদ স্তব্ধ দিছপুৰৰ ৰাজপথ▪️নলবাৰীত জাপানী এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ▪️শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়ৰ পাঁচ বছৰে নহ’ল আন্তগাঁথনি উন্নয়ন▪️গেলাবিলৰ গৰাখহনীয়াত উছন দলিজলীয়া গাঁৱৰ ভেটি-ঘৰ, মূল পথ▪️আদানিক ভূমি প্ৰদানৰ বিৰোধিতাৰে পৰ্বতঝোৰাত জ্বলিছে প্ৰতিবাদৰ জুই▪️ভৈৰৱকুণ্ডত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো▪️বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ আক্ৰমণৰ বলি বিভাগীয় কৰ্মী

স্থানীয় পৃষ্ঠা ▪️৫ জুলাইৰ পৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন ▪️আৰ্ট গেলেৰীৰ অভাৱত চিত্ৰ প্ৰদৰ্শনত সমস্যাৰ সন্মুখীন শিল্পী, স্ক’লাৰশ্বিপো বন্ধ▪️শাৰীৰিক প্রতিবন্ধকতা নেওচি মাতৃৰ কোলাতেই স্নাতক ডিগ্ৰী লাভ কৰিলে চেলেংহাটৰ বিষ্ণুপ্ৰিয়াই▪️ভৱানীপুৰ-সৰভোগ সমষ্টিৰ আসন সন্দৰ্ভত মিত্ৰ বিজেপিৰ আগ্ৰাসী মনোভাবক লৈ ক্ষুন্ন অগপ▪️নামনি মাজুলীত গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন▪️দেৱীতোলা শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান▪️টিংখাঙত ধৰতি আৱা জনজাতীয় গাঁও উৎকৰ্ষ সাধন অভিযান▪️বাঘমাৰা চৰত স্কুল ইউনিফৰ্মক লৈ এছ এ ইণ্টাৰপ্ৰাইজৰ দুৰ্নীতিৰ অভিযোগ▪️ৰঙিয়াত ড্ৰাগছ আসক্ত দুৰ্ধৰ্ষ চোৰ আটক▪️মৰিগাঁও কৃষি পৰিদৰ্শক আৰু যোগান বিভাগৰ চৰজমিন তদন্ত▪️পলাশবাৰী ছোৱালী হাইস্কুলৰ শিক্ষক দিগন্তৰাম কলিতাৰ মৃত্যু▪️ভকতপমুৱাৰ ডেম্পত উদ্ধাৰ যোৰহাটৰ নামঘৰৰ চুৰি সামগ্রী▪️মৰিগাঁৱৰ চাবুকধৰা পঞ্চায়তত ধৰতী আবা▪️জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ সজাগতা শিবিৰ▪️গোলকগঞ্জত পঞ্চায়ত প্ৰতিনিধিৰ শপতগ্ৰহণ▪️বিজেপি নেতা লোকমান আলীৰ মৃত্যু▪️মন্দিয়াৰ খাৰবাল্লীত বেকীত জাহ গ’ল ৪০ পৰিয়ালৰ ভেটি▪️পশ্চিম কাৰ্বি আংলঙত প্ৰথমখন জিলা শক্তি সমিতিৰ সভা সম্পন্ন▪️চামগুৰিৰ সুতাৰ কুটাইপাৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ▪️ঢেকীয়াজুলিত বিশেষভাৱে সক্ষম ব্যক্তিৰ সাধাৰণ সভা

গুৱাহাটী পৃষ্ঠা ▪️কামৰূপ মহানগৰ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰচাৰৰ শুভাৰম্ভণি▪️বস্ত্ৰ বিষয়াৰ ওপজাদিন উদযাপন▪️মহানগৰীৰ ‘হেল্পিং হেণ্ড অ’লড এজ হম’ স্পন্দনৰ বিশেষ অনুষ্ঠান▪️ড০ সূৰ্য হাজৰিকা ৰচিত গীতৰ কৰ্মশালা আৰু প্ৰতিযোগিতা ▪️বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ বাৰেৰহণীয়া অনুষ্ঠান▪️অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত সমন্বয় সভা-সাংস্কৃতিক অনুষ্ঠান সম্পন্ন ▪️অম্বুবাচী মহাযোগস্থলীত খোৱাপানী বিতৰণ বিপণী
ভাঙি চূৰমাৰ

দেশ-বিদেশ ▪️মহাকাশ যাত্ৰাৰ বাবে সাজু অন্ধ্ৰ প্ৰদেশৰ জাহ্নৱী ▪️আজি মুখামুখি হ’ব ডনাল্ড ট্ৰাম্প -জেলেনস্কি! ▪️ইৰান-ইজৰাইলৰ যুদ্ধবিৰতিক লৈ আমেৰিকা-কাটাৰৰ ভূমিকাক স্বাগতম ভাৰতৰ ▪️বিহাৰত স্থাপন হ’ব পাৰমাণৱিক শক্তি কেন্দ্ৰ! ▪️মধ্যপ্ৰাচ্যলৈ পুনৰ আৰম্ভ এয়াৰ ইণ্ডিয়াৰ সেৱা

খেলৰ পৃষ্ঠা▪️দুটা ইনিংছত দুটা শতক অৰ্জন কৰিও শাস্তিৰ সন্মুখীন হ’ল ঋষভ পণ্ট ▪️ক্ৰিকেট ব্যস্ততা!ফেব্ৰুৱাৰীলৈ পিছুৱালে ৰিংকু-প্ৰিয়াৰ বিয়া ▪️লাংহিনত হৰেন্দ্ৰ স্বৰ্গীয়াৰী আৰু হৰিমন বসুমতাৰী সোঁৱৰণী ফুটবল লীগ পূৰ্ণগতিত

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0