গুৱাহাটী

Sep 19, 2018 |
0

newsnextone.com| গুৱাহাটীঃ দক্ষিণ শালমাৰাৰ পাটাকাটা, বজাৰ...

Sep 09, 2018 |
0

newsnextone৷ তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (37)...

Sep 05, 2018 |
0

newsnextone.com।গুৱাহাটীঃ

গুৱাহাটীত ব্ৰহ্মপুত্ৰ মাজত ভয়ংকৰ নাওঁ...

Sep 03, 2018 |
0

newsnextone.com | চতিয়াঃ বিহালী বিধানসভা সমষ্টিৰ এক বাতৰিক...

ৰাজ্য

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,বিলাসীপাৰাঃ বিলাসীপাৰাত সাৰ্বজনীন দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বিলাসীপাৰা বানিয়াপাৰা গৌৰাং নৈৰ ঘাটত দেৱী বিসৰ্জনৰ...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,তেজপুৰঃ শাৰদীয় দুগোৎসৱৰ শুক্ৰবাৰে বিজয়া দৰ্শমী । আজি পুৱা দূৰ্গাদেৱীৰ  শ্ৰীচৰণত বিজয়া দশমীৰ পুজা সম্পন্ন  হোৱাৰ পিছত মহিলা সকলে পৰস্পৰে ...

Oct 19, 2018 |
0

 

ডিজিটেল ডেক্স,জাজৰিঃ  নগাওঁ জিলাৰ জাজৰিত বটদ্ৰৱা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো পৰম্পৰাগত পদ্ধতিৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু দিনজোৰা...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,নগাঁওঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যন কৰা বাবে নগাঁওৰ শালনাত এগৰাকী যুৱতীক সঞ্জয় সৰকাৰ নামৰ যুৱক এজনে এগৰাকী যুৱতীৰ শৰীৰত এচিদ ঢালি আক্ৰমণ কৰে...

বিদেশ

Sep 30, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত ছুনামীৰ...

Sep 08, 2018 |
0

ডিজিটেল ডেক্সঃ সংবাদ মাধ্যমত ৰাজীৱ গান্ধীৰ হত্যা কাণ্ড আকৌ...

Sep 06, 2018 |
0

newsnextone.com। ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ভিতৰত...

Sep 01, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ বৃটেইনৰ এগৰাকী স্কুলীয়া...

 | by NNO Correspondent  |  0

www.newsnextone.com| লিডুঃ  অসমৰ বিভিন্ন ৰক্তাত্ব ইতিহাসৰ সৈতে জড়িত সহস্ৰ বিদ্ৰোহী উগ্ৰবাদী সংগঠন সমূহৰ নিৰাপদৰ আশ্ৰয়স্থলী হিচাবে বিবেচিত অসম অৰুণাচল সীমান্তৱৰ্তী জাগুনত ১৩ অক্টোবৰৰ নিশা সংঘটিত হয় চাঞ্চল্যকৰ অপহৰন কাণ্ড৷ সন্দেহজনক আলফা(স্বা) ৰ এটা অস্ৰধাাৰি দলে যোৱা নিশা ২ নং ফানেংৰ পবিত্ৰ গগৈ ওৰফে টিকিৰা আৰু চন্দ্ৰ বুৰাগোঁহাই ওৰফে ফুপসিং নামৰ দুজন ব্যৱসায়ীক ঘৰৰ পৰাই অপহৰণ কৰা কাৰ্যই গভীৰ ৰহস্যৰ সূত্ৰপাত ঘটাইছে৷ 

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| নগাঁওঃ অসমৰ সংগীত জগতৰ উজ্বল তাৰকা তথা সংগীত ৰত্ন প্ৰয়াত খগেন মহন্তৰ পুত্ৰ অংগৰাগ পাপন মহন্তই শনিবাৰে বিয়লিৰ ভাগত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থানত উপস্থিত হৈ কীৰ্তন ঘৰত গুৰু আসনৰ সন্মুখত আঠু লৈ সেৱা গ্ৰহন কৰে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে পাপনক গুৰু জনাৰ সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ বাবে গুৰু পুৰুষে শকতি দিয়ক বুলি আশীষ নিৰ্মালি দিয়ে।

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| কাৰ্বি আংলংঃ দেশত এতিয়া বিজেপিৰ দল আৰু চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিলেই সন্মুখীন হ’ব লাগিব ভাবুকিৰ৷ হয়, বিজেপিৰ শাসনকালত বৰ্তমান দেশত সাংবাদিকৰ বিৰুদ্ধে ভাবুকি তথা নীতিশিক্ষাৰ পাঠদান চলিছে৷ বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে কোনো সংবাদদাতাই যদি বাতৰি পৰিবেশন কৰে তেন্তে গেৰুৱা দলটোৰ কৰ্মকৰ্তাৰ দ্বাৰা তেওঁ বিভিন্ন ভাবুকি আৰু নিৰাপত্তাহীনতাৰ সন্মুখীন হোৱাতো এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷ তেনে এক ঘটনাই সংঘটিত হৈছে পাহাৰীয়া জিলা কাৰ্বি আংলংত৷ 

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com|গুৱাহাটীঃ মানকাচাৰৰ নিউ মাৰ্কেট ৰ কম্পিউটাৰ দোকানত মানকাচৰ আৰক্ষীয়ে দেওবাৰে পুৱা এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ উদ্ধাৰ কৰাৰ লগতে মানকাচৰ থানাৰ ১ নং পূবে গাওঁ ৰ নুৰুল ইছলামৰ পুত্ৰ হুছেন আলম(জেম) নামৰ সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হয়।

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| গুৱাহাটীঃ বি জে পি চৰকাৰৰ পৃষ্ঠপোষকত এচাম হিন্দু বঙালী সংগঠনে নাগৰিকত্ব আইন সংশোধনৰ সমৰ্থনত অসমত "গৃহযুদ্ধ" সূচনা কৰিবৰ উদ্দেশ্যে অহা ১৭ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ যো জা কৰা 'হিন্দু বঙালী সমাৱেশ' যি কোনো মূল্যৰ বিনিময়ত বাধা দিবলৈ সাজু হৈছে" জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি"। 

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| লিডুঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীন কথাচেমা গাঁৱত যোৱা নিশা এটা বন্যহস্তী  বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ নিশা বনৰীয়া হাতীৱে কথাচেমা সংৰক্ষিত বঞ্চানলৰ পৰা খাদ্য সন্ধানত ওলাই আহোতে ওলমি থকা এডাল তীব্ৰ বিদুৎ প্ৰবাহিত তাঁৰত বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। বগুৰিগুৰী গাৱঁৰ প্ৰতিষ্ঠিত মৰাপাট ব্যৱসায়ী ফক্কৰ উদ্দিনৰ ঘৰত সংঘটিত হয় এই ডকাইতিৰ ঘটনা৷ ছয়জনীয়া ডকাইতৰ দলটোৱে ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি লুট পাট চলাই থাকোতে ব্যৱসায়ীজনৰ পত্নী হাপচিনা বেগমে বাধা প্ৰদান কৰাত ডকাইতৰ দলটোৱে বুকুত গুলীয়াই গুৰুতৰ ভাৱে আহত কৰে৷ 

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| তেজপুৰঃ

 

                                                            ফেচ বুকত এটা পোষ্ট। 
                                                           এক ৰহস্যজনক পোষ্ট।

তাৰ পিছতে তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিলে এজনে যুৱকে।

Categories:

 | by NNO Correspondent  |  0

www.newsnextone.com| তেজপুৰঃ ৰাজ্যত পুনৰ সংঘটিত হ’ল বৃদ্ধ নিৰ্য্যাতনৰ ঘটনা। পুনৰ ভূ-লন্ঠিত হ'ল মানৱতা। শোনিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। কোনো কুলাংগাৰ পুত্ৰ বোৱাৰীৰ নিৰ্য্যাতনৰ বলি এগৰাকী প্ৰায় ৭৫ বছৰীয়া বৃদ্ধা।

Categories:

 | by NNO Correspondent  |  0

www.newsnextoen.com| নলবাৰীঃ ‘‘মানৱ জাতিক সৰ্বাংগীন বিকাশ কৰাৰ বাবে বিজ্ঞানক ক্ষেত্ৰ হিচাপে বাছি ল’লো। মানুহে কয় সমস্যা বিলাক নেওচি আগবাঢ়িব লাগে। কিন্তু মই ভাবো সমস্যা বিলাক সমাধান কৰিহে আগবাঢ়িব লাগে।’’

উক্ত মন্তব্য অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তৱ বি আৰ্যই আগবঢ়ায়৷

Pages