গুৱাহাটী

Sep 19, 2018 |
0

newsnextone.com| গুৱাহাটীঃ দক্ষিণ শালমাৰাৰ পাটাকাটা, বজাৰ...

Sep 09, 2018 |
0

newsnextone৷ তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (37)...

Sep 05, 2018 |
0

newsnextone.com।গুৱাহাটীঃ

গুৱাহাটীত ব্ৰহ্মপুত্ৰ মাজত ভয়ংকৰ নাওঁ...

Sep 03, 2018 |
0

newsnextone.com | চতিয়াঃ বিহালী বিধানসভা সমষ্টিৰ এক বাতৰিক...

ৰাজ্য

Nov 16, 2018 |
0

বৰনদ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ সাংস্কৃতিক তথা স্বেচ্চাসেৱী অনুষ্ঠান প্ৰজন্মৰ উদ্যোগত অহা ১৭ আৰু ১৮ নবেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্যিক সদৌ...

Nov 16, 2018 |
0

তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰ বালিশিহাত যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই বাহন জ্বলোৱা ঘটনাই অঞ্চলটোত সৃষ্টি...

Nov 16, 2018 |
0

বিলাসীপাৰাঃ সমগ্ৰ দেশজুৰি আয়োজন কৰা স্বচ্চ আৰু নিৰ্মল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ভিতৰত অসমৰ ভিতৰত ১৭ খন বিদ্যালয় শ্ৰেষ্ঠতম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়...

Nov 15, 2018 |
0

তেজপুৰঃ শোণিতপুৰৰ বালিপৰাত শিশু দিৱসৰ লগত সংগতি ৰাখি সংগতি ৰাখি বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষকসমাজৰ তত্বাৱধানত গঠিত  এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ...

বিদেশ

Nov 14, 2018 |
0

পেৰিছঃ ফ্ৰান্সৰ আৰ্ক ডি ট্ৰিয়ম্ফত আয়োজিত এক আন্তৰ্জাতিক...

Nov 13, 2018 |
0

লণ্ডনঃ এমনেষ্টী ইন্টাৰনেচনেলে ম্যানমাৰৰ নেত্ৰী আঙ ছান ছ্যু...

Nov 13, 2018 |
0

বেইজিংঃ মাত্ৰ ১ মিনিট ৩৬.৯ ছেকেণ্ডত এজন কিশোৰে দেখুৱালে এক...

Nov 13, 2018 |
0

লছ এঞ্জেলছঃ অকল শিশুৰ মাজতে নহয়, সকলোৰে মাজত জনপ্ৰিয়...

 | by NNO Correspondent  |  0

তেজপুৰঃ বুধবাৰে কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় নাট মহোৎসৱ-২০১৯ উদযাপনৰ বাবে তেজপুৰৰ নেহৰু পথাৰত মঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণৰ লাইখুঁটা স্থাপন কৰা হয়। অসমৰ অপেছাদাৰী নাট্য আন্দোলনৰ এক সুকীয়া অনুস্থান 'জংগমে' স্থাপন কৰে লাইখুঁটা। আগন্তক বৰ্ষৰ ৩ জানুৱাৰীৰপৰা ৯ জানুৱাৰীলৈকে ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় নাট মহোৎসৱ।   

 | by NNO Correspondent  |  0

মৰিয়নীঃ মৰিয়নীত বুধবাৰ আছুকে ধৰি ২৮ টা জতীয় সংগঠনে বিধায়ক ৰূপজ্যোতি কুৰ্মীক আমন্ত্ৰণ কৰি আনি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবৰ বাবে স্মাৰক-পত্ৰ প্ৰদান কৰে।

Pages