গুৱাহাটী

Sep 19, 2018 |
0

newsnextone.com| গুৱাহাটীঃ দক্ষিণ শালমাৰাৰ পাটাকাটা, বজাৰ...

Sep 09, 2018 |
0

newsnextone৷ তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (37)...

Sep 05, 2018 |
0

newsnextone.com।গুৱাহাটীঃ

গুৱাহাটীত ব্ৰহ্মপুত্ৰ মাজত ভয়ংকৰ নাওঁ...

Sep 03, 2018 |
0

newsnextone.com | চতিয়াঃ বিহালী বিধানসভা সমষ্টিৰ এক বাতৰিক...

ৰাজ্য

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,বিলাসীপাৰাঃ বিলাসীপাৰাত সাৰ্বজনীন দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বিলাসীপাৰা বানিয়াপাৰা গৌৰাং নৈৰ ঘাটত দেৱী বিসৰ্জনৰ...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,তেজপুৰঃ শাৰদীয় দুগোৎসৱৰ শুক্ৰবাৰে বিজয়া দৰ্শমী । আজি পুৱা দূৰ্গাদেৱীৰ  শ্ৰীচৰণত বিজয়া দশমীৰ পুজা সম্পন্ন  হোৱাৰ পিছত মহিলা সকলে পৰস্পৰে ...

Oct 19, 2018 |
0

 

ডিজিটেল ডেক্স,জাজৰিঃ  নগাওঁ জিলাৰ জাজৰিত বটদ্ৰৱা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো পৰম্পৰাগত পদ্ধতিৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু দিনজোৰা...

Oct 19, 2018 |
0

ডিজিটেল ডেক্স,নগাঁওঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যন কৰা বাবে নগাঁওৰ শালনাত এগৰাকী যুৱতীক সঞ্জয় সৰকাৰ নামৰ যুৱক এজনে এগৰাকী যুৱতীৰ শৰীৰত এচিদ ঢালি আক্ৰমণ কৰে...

বিদেশ

Sep 30, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত ছুনামীৰ...

Sep 08, 2018 |
0

ডিজিটেল ডেক্সঃ সংবাদ মাধ্যমত ৰাজীৱ গান্ধীৰ হত্যা কাণ্ড আকৌ...

Sep 06, 2018 |
0

newsnextone.com। ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ভিতৰত...

Sep 01, 2018 |
0

newsnextone.com | ডিজিটেল ডেস্কঃ বৃটেইনৰ এগৰাকী স্কুলীয়া...

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্স,বিলাসীপাৰাঃ বিলাসীপাৰাত সাৰ্বজনীন দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বিলাসীপাৰা বানিয়াপাৰা গৌৰাং নৈৰ ঘাটত দেৱী বিসৰ্জনৰ কৰি থকা হৈছে। উখল-মাখল পৰিৱেশ বিলাসীপাৰাত। সাৰ্বজনীন দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত বিলাসীপাৰাৰ ৰাজপথ জনসমুদ্ৰত পৰিনত হৈ পৰিছে। এইবাৰৰ দূৰ্গা পূজা সমগ্ৰ অসমৰ লগতে বিলাসীপাৰাতো শান্তিপূৰ্ণ ভাৱে পালিত হোৱা বুলি বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী য়ে সাংবাদিকক জানিবলৈ দিয়ে। শান্তিপুৰ্নভাৱে দূৰ্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা সহায় সপযোগীতা আগঢ়োৱা হৈছে বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে। ইফালে দূৰ্

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্স,তেজপুৰঃ শাৰদীয় দুগোৎসৱৰ শুক্ৰবাৰে বিজয়া দৰ্শমী । আজি পুৱা দূৰ্গাদেৱীৰ  শ্ৰীচৰণত বিজয়া দশমীৰ পুজা সম্পন্ন  হোৱাৰ পিছত মহিলা সকলে পৰস্পৰে  পৰস্পৰক  শিৰত সেন্দুৰ লগোৱা লগতে সাখা খাৰু টো সেন্দুৰ লগাই বছৰটোৰ কাৰণে  স্বামীৰ  লগতে পৰিয়ালৰ মঙ্গল কামনা কৰা হয় । তেজপুৰত বিজয় দশমী উপলক্ষে পুৱাৰে পৰা মহিলা সকলে বিজয়া দশমী উপলক্ষে সেন্দুৰ সানি সেৱা  প্ৰাৰ্থনা কৰা দেখা গল ।

তেজপুৰৰ পৰা অপূৰ্ব বৰা

Categories:

 | by NNO Correspondent  |  0

 

ডিজিটেল ডেক্স,জাজৰিঃ  নগাওঁ জিলাৰ জাজৰিত বটদ্ৰৱা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো পৰম্পৰাগত পদ্ধতিৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।  পুৱা বিহু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভনি কৰে নগাঁও জিলা বিহু সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি নৰেন ডেকাই। ইয়াৰ পিছতে  তুলসী ৰোপন আৰু তুলসীৰ তলত চাকি জ্বলায়  বিশিষ্ট সমাজকৰ্মী মিহিৰাম ভূঞাই। 

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্স,মৰিগাওঁঃ দূৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে যোৱা নিশা মৰিগাওঁ চহৰৰ মাজমজিয়াত আৰক্ষীয়ে এগৰাকী কৰ্তব্যৰত সংবাদ কৰ্মীক প্ৰ্হাৰ কৰি বিনা কাৰণত আটক কৰি ওৰে নিশা থানাত আবদ্ধ কৰি ৰখা ঘটনাই ব্যাপক প্ৰ্তিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে,মৰিগাওঁ চহৰৰ মাজমজিয়াত যোৱা নিশা প্ৰায় ১১ বজাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়। “অসম বাৰ্তা” নামৰ কাকত খনৰ লগতে ৱেব মিডিয়াৰ সৈতে জড়িত চন্দন হীৰা নামৰ সংবাদ কৰ্মীজনে উক্ত ঘটনাৰ দৃশ্য গ্ৰ্হণ কৰি থকাৰ সময়তে জনৈক নাথ নামৰ এজন কৰ্তব্যৰত আৰক্ষীয়ে স্ংবাদ কৰ্মীজনক মাৰপিট কৰি পোচাকত ধৰি থানালৈ লৈ যায়। সেই সময়তে আন এজন আৰক্ষীৰ লোকে স্ংবাদ কৰ

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্স, লিডুঃ ৰাজ্যত কিশোৰী তথা যুৱতীক ধৰ্ষনৰ দৰে ঘটনা সঘনাই সংঘটিত হৈ থকাৰ সময়তে পুনৰ তিনিচুকীয়া জিলাৰ ডিগবৈত সংঘটিত হোৱা আন এক ধৰ্ষন কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পুজা চাবলৈ যোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীক ৪ জন পাখণ্ডই ধৰ্ষনৰ অপচেষ্টা চলোৱাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷  

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্স,নগাঁওঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যন কৰা বাবে নগাঁওৰ শালনাত এগৰাকী যুৱতীক সঞ্জয় সৰকাৰ নামৰ যুৱক এজনে এগৰাকী যুৱতীৰ শৰীৰত এচিদ ঢালি আক্ৰমণ কৰে। উক্ত এচিদ আক্ৰমণত যুৱতীগৰাকীৰ মাতৃ আৰু ভাতৃও আহত হৈছে। ঘটনাতো বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত সংঘতিত হৈছে। ঘটনাতো সংঘটিত হোৱাৰ লগে লগে আহত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ পিছতে লগে লগে পলায়ন কৰে অভিযুক্ত সঞ্জয় সৰকাৰে।

জয়ন্ত মুদৈ,নগাঁওঃ

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্স,তেজপুৰঃ আজি মহানৱমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৌল দেৱালয়ৰ লগতে শোণিতপুৰ জিলাৰ লোক্ৰা্ৰ ঐতিহাসিক দূৰ্গা পূজাত সম্পন্ন কৰা হ'ল ম'হ বলি । 
পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু মঙ্গল ধ্বনিৰে সম্পন্ন কৰা হ'ল বলি বিধান । ৪১বছৰীয়া ইতিহাসত ম'হ বলিৰে সাক্ষী হৈ ৰ'ল  ঐতিহাসিক লোক্ৰা বুঢ়‍াগাওঁ সাৰ্বজনীন দূৰ্গা পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  সহস্ৰাধিক দৰ্শনাৰ্থীৰ সম্মুখত বুধবাৰে সন্ধিয়া ৫.৩০ মান বজাত পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে সম্পন্ন কৰা হ’ল ম'হ বলি ।

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্স,নলবাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ আৰু দুৰ্গা পূজাৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে৷ মহানৱমীৰ দিনটোত অতীজৰে পৰা ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা দুৰ্গা দেৱীৰ ভক্তই ভিৰ কৰে বিল্বেশ্বৰ৷ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাপ্ৰসিদ্ধ শক্তিপীঠ বিল্বেশ্বৰত ১০ অক্টোবৰ পৰা ১৯ অক্টোবৰলৈ দহদিনীয়া দূৰ্গা পূজা অনুষ্ঠিত হয়৷ দহ দিনৰ পূজাৰ ভিতৰত মহানৱমীৰ দিনটোক বিশেষ ভাবে লয় ভক্তসকলে৷

Categories:

 | by NNO Correspondent  |  0

ডিজিটেল ডেক্স,নগাঁওঃ এখুজি দুখুজিকৈ ধৰালৈ নামি আহিছে শীত। তাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে বিয়পি পৰিছে সজলধৰা ধানৰ সোণালী আভা ৷ তাতে আকৌ সোণত সোৱগা চৰাইছে শাৰদীয় উৎসৱ দূৰ্গা পূজাৰ জাকজমকতাই ৷ পৰিণতিত চৌদিশে কেৱল দেখা গৈছে অপাৰ আনন্দ-উল্লাসৰ ঢল ৷ গতিকে একে এক প্ৰাণোজ্জ্বল পৰিবেশৰ মাজতে কৃষিজীৱি লোকৰ বুকুৰোআপোন খেতি-পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে আজি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাবাসী লোকসকলেও উৎসাহ-উদ্দীপনাৰে পালন কৰিলে কাতি বিহু ৷ তদনুযায়ী আগচোতালৰ তুলসী বৃক্ষৰ তলত আৰু খেতি-পথাৰত গৃহিনীয়ে চাকি-বন্তি জ্বলাই সেৱা আগবঢ়োৱাৰ বিপৰীতে এই বিহুৰ আনুষংগিক পৰম্পৰা হিচাপে কৃষিভূমিত লহপহকৈ বাঢ়ি অহ

Categories:

 | by NNO ONLINE BUREAU  |  0

ডিজিটেল ডেক্স,নতুন দিল্লীঃ  ৰাফেল যুজাৰু বিমান ক্ৰয় চুক্তি সম্পৰ্কীয় সকলো তথ্য বিচাৰিলে উচ্চতম ন্যায়ালয়ে। চৰকাৰে এই মাহৰ ২৯ তাৰিখৰ ভিতৰত বন্ধ খামৰ ভিতৰত এই তথ্য আদালতত জমা দিব লাগিব। অধিবক্তা মনোহৰ লাল শৰ্মাই দাখিল কৰা এখন আৱেদনৰ উত্তৰত উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি ৰঞ্জন গগৈৰ আজি এইবুলি কয়। আবেদনকাৰী এম এল শৰ্মাই দাৱী কৰে যে ৫৯০০০ কোটি টকা খৰচ কৰি ৩৬খন ৰাফেল বিমান ক্ৰয়ৰ চুক্তিত দূৰ্নীতি হৈছে।

Categories:

Pages