117
ওদালগুৰিঃ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজতো বৃদ্ধি পাইছে তৎপৰতা। ইতিমধ্যে দলসমূহত চলিছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ।
ইয়াৰ মাজতে ৮ নম্বৰ মঙ্গলদৈ লোকসভা সমষ্টিটো দখলৰ বাবে প্ৰত্যেকটো দলৰ মাজতে নিৰ্বাচনী সমীকৰণ চলা দেখিবলৈ পোৱা গৈছে।