Home ৰাজনীতিকাশ্মীৰত ৰাজ্যপালৰ শাসনৰ প্ৰৱৰ্তন কৰি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী ওমৰ আব্দুল্লাৰ

কাশ্মীৰত ৰাজ্যপালৰ শাসনৰ প্ৰৱৰ্তন কৰি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী ওমৰ আব্দুল্লাৰ

by News Desk
54 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে৷ বিজেপিয়ে পিডিপিৰ সংগ এৰাৰ লগে লগে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে আৰু মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে পদত্যাগ কৰে৷ তাৰ পিছতে এখন সংবাদ মেল অনুষ্ঠিত কৰি বিৰোধী দল নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই ৰাজ্যপালৰ শাসনেই একমাত্ৰ পথ বুলি কয়৷

চৰকাৰ পতন হোৱাৰ পিছতে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই দলৰ বিধায়ক তথা আন আন নেতাসকলৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰে৷ ৰাজ্যপালক ৰাজ্যপালৰ শাসন কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়৷ ৰাজ্যপালৰ শাসনে একমাত্ৰ পথ বুলি কয়৷ শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাই পিডিপিৰ সৈতে কোনো ধৰণৰ মিত্ৰজোঁটৰ সম্ভাৱনাক নাকচ কৰে৷ আনহাতে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই ২০১৪ চনত আমাৰ হাতত সংখ্যাগৰিষ্ঠতা নাছিল আৰু ২০১৮ চনলৈ নাথাকিব৷ এই সম্পৰ্কত কোনোৱে আমাৰ সৈতে সম্পৰ্ক কৰা নাই আৰু আমিও কাৰোৰে সৈতে সম্পৰ্ক কৰা নাই বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0