51
ডিজিটেল ডেস্কঃ বিশ্বৰ সকলোতকৈ জনপ্ৰিয় আৰু ব্যৱহৃত অক্সফোর্ড অভিধানত নতুনকৈ অন্তৰ্ভুক্ত হ’ল ভাৰতীয় তিনিটা শব্দ ৷ ‘আন্না’, ‘আচ্ছা’, ‘বাপু’- ভাৰতীয়ৰ মুখে মুখে থকা এই শব্দ তিনিটা অন্তৰ্ভুক্ত কৰিলে অক্সফোর্ড অভিধানে৷
অকল এই তিনিটা শব্দয়ে নহয় ইয়াৰ লগতে তেলুগু, তামিল, উর্দু, গুজৰাটীকে ধৰি সৰ্বমুঠ ৭০টা ভাৰতীয় ভাষাৰ শব্দক অক্সফোর্ড অভিধানত অন্তৰ্ভুক্ত কৰিছে।