newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ বুধবাৰে অনুষ্ঠিত হোৱা ২৭২ আসনৰ ভিতৰত ২১৮ খন আসনৰ ভোট গণনাৰ খবৰ আহিছে৷ পিটিআয়ে ১১৩ খন আসনত আগবাঢ়ি আছে৷ ইয়াৰ লগে লগে পিএমএল ৪৮ খন আসন, পিপিপি দলে ৩৩ খন আসনত আগবাঢ়ি আছে৷ ক্ৰিকটৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়া পিটিআই দলৰ নেতা ইমৰাণ খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে৷
Vice Chairman PTI Shah Mehmood Qureshi Press Conference after NA-156 Election Victory Multan (25.07.18) #JeetayGaKaptaan @SMQureshiPTI pic.twitter.com/leBxunh1r7