58
ডিজিটেল ডেস্কঃ ৰোজাৰ সময়ত পানী খোৱাৰ বাবে মাদ্ৰাছাৰ ছাত্ৰই গুৰুলা-গুৰুলকৈ পিটিলে পাকিস্তানী সাংবাদিকক। দেশখনৰ ইছলামাবাদত সংঘটিত হল এই ঘটনা।
দেশখনৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ পুত্ৰ হুছেইন নৱাজ শেহতীয়াকৈ অভিযুক্ত হৈছে পানামাগেইট কেলেংকাৰীত।