121
নতুন দিল্লীঃ পাকিস্তানৰ ৰাৱালপিণ্ডিত পাক সেনাৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়।
গৰাৰী চহৰৰ সমীপত সংঘটিত হয় এই বিমান দুৰ্ঘটনা। জানিব পৰা মতে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত আছে ৫ জন সেনা জোৱান।