ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজত সদায় এক তিক্ততা পূৰ্ণ সম্পৰ্ক হে দেখা যায়৷ বহু কম বিষয় আছে য’ত ভাৰত আৰু পাকিস্তান এক মতত মিলিত হয়৷ ক্ৰিকেটত বছৰ বছৰ ধৰি সম্পৰ্ক ভাল নহয়৷ আনহাতে সীমাৰ সমস্যাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক কেনেকুৱা সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷
So grateful to have grown up and lived in the times of #sridevi . Thank you for the movies, thank you for the magic. You shall live on forever.. pic.twitter.com/jS2YJU1zoq