94
ডিজিটেল ডেস্কঃ মূষলধাৰ বৰষুণ আৰু বানপানীৰ ফলত পাকিস্তানৰ বিভিন্ন অঞ্চলত মৃত্যু হৈছে প্ৰায় ৭০ গৰাকী লোকৰ৷ বুধবাৰৰ পৰা আৰম্ভ হৈছে এই বৰষুণ৷
কিন্তু দেশখনৰ বানপানীৰ বাবে পাকিস্তান চৰকাৰে জগৰীয়া কৰিছে ভাৰতক৷ সিন্ধু জলচুক্তি ভাৰতে মানি চলা নাই বুলি অভিযোগ উত্থাপন কৰিছে দেশখনৰ প্ৰশাসনে৷