বি জে পিৰ মুখপত্ৰ "বিজেপি বাৰ্তা" উন্মোচন

গুৱাহাটীঃ বিজেপিৰ কাৰ্যকতা সকলৰ উৎসাহ উদ্দীপনা বৃদ্ধি  আৰু বিজেপিৰ নিৰ্দিষ্ট লক্ষ্য ৰাইজৰ আগত দাঙি ধৰাৰ লক্ষৰে আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ মুখপত্ৰ "বিজেপি বাৰ্তা" উন্নোচন কৰা হয়। 

কংগ্ৰেছ দলক তীব্ৰভাৱে সমালোচনা কৰি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক ফনীন্দ্ৰনাথ দেৱ শৰ্মাই কয় যে ‘বিজেপিৰ এটা নিৰ্দিষ্ট লক্ষ্য আছে। অসমৰ ৰাজনৈতিক ইতিহাসত একেৰাহে ২৭ সংখ্যক আলোচনী থকা প্ৰথম ৰাজনৈতিক দল বিজেপি’।