80
ডিজিটেল ডেস্কঃ চাহিদা কমাৰ লগে লগে পণ্যৰ দামো কমে। এনেকুৱাই এক বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে পনীয়া সোণ পেট্ৰ’লৰ। এই মত ব্যক্ত কৰিছে ভৱিষ্যতৰ বিজ্ঞানৰ এজন অন্বেষকে।
ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ‘কণ্টিনিউইং ষ্টাডিজ প্ৰ’গ্ৰাম’ৰ নিৰ্দেশক টনি চেবাই এই মত প্ৰকাশ কৰিছে। বিকল্প ইন্ধনৰ চাহিদা বৃদ্ধিৰ লগে লগে এটা সময়ত এনে এক পৰিস্থিতিৰে কল্পনা কৰিছে টনিয়ে।