68
কলকাতাঃ লক্ষ্য লোক সভা নিৰ্বাচন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিমবংগত আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ৷ শনিবাৰে ৰাজ্যখনৰ কেইবাটাও চৰকাৰী কাৰ্যসূচীৰ লগতে দুখনকৈ প্ৰচাৰ সভাত অংশ ল’লে মোডীয়ে৷
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে তীব্ৰতৰ প্ৰতিবাদ হৈ থকাৰ পাছতো বিধেয়কখনক লৈ ৰাজনীতি কৰিবলৈ এৰা নাই শাসকীয় বি জে পিয়ে৷