49
ডিজিটেল ডেস্কঃ মানুহৰ ভৰত তল-ওপৰ হ’ব পৃথিৱী। পৰুৱাৰ বাবেও বসুধাত নোহোৱা হ’ব ঠাই। এতিয়া নহলেও অনাগত কেইদশকমানৰ ভিতৰত এনে পৰিস্থিতি অনিবাৰ্য।
মানৱকুলৰ অভাৱনীয় সংখ্যাবৃদ্ধিৰ পৰিণতিত পৃথিৱীত অভাৱ ঘটিব খাদ্যৰ। সম্ভৱতঃ মানুহৰ গচকত প্ৰাণ যাব মানুহৰ। এই ভৱিষ্যদ্বাণী ৰাষ্ট্ৰসংঘৰ। পূৰ্বানুমান অনুসৰি কিছুদিনৰ ভিতৰতে চীনতকৈ অধিকসংখ্যক মানুহৰ বসতিস্থল হ’ব ভাৰত।