Home বিশ্বএখন চহৰত নিষিদ্ধ হ’ব পৰ্ণ চাইট, কমিবনে ধৰ্ষণ-যৌন নিৰ্যাতন?

এখন চহৰত নিষিদ্ধ হ’ব পৰ্ণ চাইট, কমিবনে ধৰ্ষণ-যৌন নিৰ্যাতন?

by News Desk
A+A-
Reset
porn banned

ডিজিটেল ডেস্কঃ উদ্বেগজনক হাৰত বৃদ্ধি পোৱা ধৰ্ষণ, যৌন নিৰ্যাতনৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ফিলিপাইনচৰ এখন চহৰত পৰ্ণ ৱেবচাইটবোৰ নিষিদ্ধ ঘোষণা কৰাৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে এগৰাকী কাউঞ্চিলৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত পৰ্ণ ৱেবচাইটৰ ধৰ্ষণৰ সৈতে যোগসূত্ৰ থকাক লৈ বাদ-বিবাদ চলি থকাৰ মাজতে বেগিউ চহৰৰ কাউঞ্চিলৰ লেহ্ ফাৰিনাচে সকলো প্ৰকাৰৰ পৰ্ণ সংক্ৰান্ত কাৰ্যকলাপ চহৰখনৰ পৰা সমূলে উৎখাত কৰাৰ পণ লৈছে। সেইমৰ্মে কাউঞ্চিলৰগৰাকীয়ে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ লগতে বিভিন্ন সংশ্লিষ্ট বিভাগক কৰণীয়খিনি ততকালে কৰিবলৈ পৰামৰ্শ দিছে। 

পৰ্ণগ্ৰাফী সমাজত শিপাই পৰিছে। মানুহৰ ফোন, লেপটপ, কম্পিউটাৰৰ পৰা আৰম্ভ কৰি টিভি স্ক্ৰীণলৈকে যৌনগন্ধী গ্ৰাফিক্সৰ পয়োভৰ ঘটিছে। বিশেষকৈ পৰ্ণগ্ৰাফীয়ে শিক্ষিত যুৱচামে যৌনশিক্ষা লোৱাৰ প্ৰক্ৰিয়াত বিসংগতিৰ সৃষ্টি কৰে বুলি মতপোষণ কৰে ফাৰিনাচে। তদুপৰি পৰ্ণগ্ৰাফী চোৱাটো এটা সময়ত অভ্যাসত পৰিণত হয় আৰু ড্ৰাগছৰ দৰেই ভয়ংকৰ হৈ পৰে ইয়াৰ আসক্তি।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0