62
newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ’ব নেকি লণ্ডন৷ শুকুৰবাৰে লণ্ডনৰ চহৰৰ মাজমজিয়াত চেয়াৰিং ৰেল ক্ৰছিঙত এগৰাকী সন্ত্ৰাসবাদী থিতাপি লোৱা বুলি খবৰ ওলাইছে৷ এই খবৰে হুৱা-দুৱা লগায় সমগ্ৰ লণ্ডনত৷
POLICE SAY NO ONE AS BEEN HURT NOT TERROR RELATED OH THAT'S OK THEN! THE BLOKE SAID HE HAD A BOMB WHAT IS TERRORISM THESE DAYS https://t.co/J8TKZvPwDw