Home ৰাজনীতিপাৰিকৰৰ ন-পৰিক্ৰমা, জেটলীলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব

পাৰিকৰৰ ন-পৰিক্ৰমা, জেটলীলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব

by News Desk
62 views
A+A-
Reset

নতুন দিল্লীঃ গোৱাত মিত্ৰজোঁটেৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপি দলটোৰ অন্যতম কাণ্ডাৰী মনোহৰ পাৰিকৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্বৰপৰা অব্যাহতি লৈ এক নতুন ৰাজনৈতিক পৰিক্ৰমাৰ বাবে সাজু হৈছে।

বিজেপি দলে মুখ্যমন্ত্ৰী পদৰ বাবে পাৰিকৰৰ নামৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতে আজি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভাৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ হাতত অৰ্পণ কৰা হয়। ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে পাৰিকৰৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি উক্ত দায়িত্ব জেটলীৰ হাতত অৰ্পণ কৰে। ইফালে মঙলবাৰে গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে অনান্য কেবিনেট মন্ত্ৰীৰ সৈতে শপতগ্ৰহণ কৰিব পাৰিকৰে।    

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0