73
ডিজিটেল ডেস্কঃ ‘অামাৰ মতাধিকাৰ, সকলোতকৈ ডাঙৰ হাতিয়াৰ’ এই উক্তি আমেৰিকাত বন্দুক সংস্কৃতিক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজপথলৈ ওলাই অহা লাখৰো অধিক ছাত্ৰ সমাজৰ৷
কেইমাহমানৰ পূৰ্বে ফ্লৰিডা স্কুলত সংঘটিত হৈ যোৱা গোলাবৰ্ষণৰ বিৰোধিতা তথা বন্দুক সংস্কৃতি বন্ধ কৰাৰ দাবী তুলি ৱাশ্বিংটনত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ ছাত্ৰসমাজে সংসদত থকা সদস্যসকলক প্ৰভাৱিত কৰাৰ উদ্দেশ্য ৱাশ্বিংটনৰ ইউএছ কেপিটেলৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷