51
ডিজিটেল ডেস্কঃ কেমব্ৰিজ এনালাইটিকাৰ ফেচবুকৰ ডাটা ফাদিলৰ বিষয়টোৱে বিশ্বজুৰি বিতৰ্কৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাহুল গান্ধীক ডাটাচোৰ আখ্যা দিছিল ৰবিশংকৰ প্ৰসাদে। এইবাৰ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক৷
Hi! My name is Narendra Modi. I am India's Prime Minister. When you sign up for my official App, I give all your data to my friends in American companies.