70
ডিজিটেল ডেস্কঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধি সাজু হৈ উঠিছে দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ৷ নতুন দিল্লীত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৮৪সংখ্যক কংগ্ৰেছ মহাধিৱেশন৷
Live : Congress President Rahul Gandhi addresses the #CongressPlenary #ChangeIsNow https://t.co/kQ2SXxUkDG