44
তেজপুৰঃ ‘‘হিমন্ত বিশ্ব শৰ্মা এজন ৰাজনৈতিক বিজ্ঞানী, ৰাজনৈতিক বতৰৰ বিষয়ে তেওঁ ভালদৰে জানে’’ এই ভাষ্য কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। তেজপুৰৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে ৰকিবুল হুছেইনে।
কথাই কথাই একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাক কথাৰে আক্ৰমণ কৰে ৰকিবুল হুছেইনে৷