48
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ এটি টুইটে ধুমুহাৰ সৃষ্টি কৰিছে দেশৰ ৰাজনীতিত৷ একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাক ৰাম মাধৱ সন্দৰ্ভত প্ৰকাশিত বাতৰি সচা নে বুলি টুইট যোগে প্ৰশ্ন কৰে সাংসদ তথা মহিলা কমগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে। সাংসদগৰাকীয়ে টুইট কৰাৰ পিছতেই একাংশ সংবাদ মাধ্যম বিশেষকৈ ৱেৱ মিডিয়াত বাতৰি প্ৰকাশ পায়৷
