তেজপুৰঃ “কংগ্ৰেছ দল এতিয়া দাত নোহোৱা বুঢ়া বাঘ ” বাঘ হলেও দাঁত নহলে যিদৰে কাম নোহোৱা হয়,তেনেদৰে কংগ্ৰেছৰো কোনো কাম নেহোৱা হৈছে ।
একেদৰে কংগ্ৰেছ চাহ বাগিছাৰ কামত নহা পুৰনা চাহগছ” অাৰু বাগানত পুৰনা চাহগছ বিলাক একো কামত নহাৰ বাবে বাগানৰ পৰা উভলি যিদৰে খৰি হিচাপে কামত ব্যৱহাৰ কৰা হয় তেনেদৰেই এতিয়া বাগানবোৰত কাম নোহোৱা কংগ্ৰেছৰ ঠাইত বিজেপিৰ দৰে নতুন চাহগছ ৰুব লাগে বুলি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসে।