75
পাঞ্জাবাৰীঃ গুৱাহাটী মহানগৰীত নিৰুদ্দেশ হোৱা পুত্ৰক বিচাৰি ব্যাকুল এগৰাকী মাতৃ৷ যোৱা ১৪ দিনে দিন-ৰাতি একাকাৰ কৰি পুত্ৰক বিছাৰি হায়ৰাণ মাতৃগৰাকী৷
অৱশেষত স্নেহৰ পুত্ৰক মঙলবাৰে বিচাৰি পাই আৱেগিক হৈ পৰে মাতৃগৰাকী৷ নগাঁও জিলাৰ পানীগাঁৱৰ স্বপ্না বৰাৰ পুত্ৰ তথা বেলতলা কলেজৰ ছাত্ৰ বিকাশ বৰা ১৪ দিন পূৰ্বে মহানগৰীৰ পৰা নিৰুদ্দেশ হয়৷