ডিজিটেল ডেস্কঃ বিজেপিৰ নেতৃত্বৰ এনডিএৰ অন্যতম সহযোগী টিডিপিয়ে বিজেপিৰ পৰা সকলো সম্পৰ্ক ছেদ কৰিছে৷ ইতিমধ্যে দুয়ো দলৰ সম্পৰ্কৰ ইতি পৰিছে৷ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কৰা মন্তব্যত অসন্তুষ্ট চন্দ্ৰ বাবু নাইডু সম্পৰ্ক বিজেপিৰে সম্পৰ্ক ছেদ কৰে৷
তেলেগু দশম পাৰ্টি চমুকৈ টিডিপি দলৰ আন্দোলনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ দেশৰ সংবাদ মাধ্যমত টিডিপিকলৈ চৰ্চা অব্যাহত আছে৷ বিজেপিৰ নেতৃত্বৰ এনডিএৰ অন্যতম সহযোগী টিডিপিয়ে বিজেপিৰ পৰা সকলো সম্পৰ্ক ছেদ কৰিব খুজিছে৷