তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলিত এটি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ। হাতী পোৱালীটোৰ কাণ আৰু সোঁভৰিত আঘাতৰ চিন।