তামুলপুৰৰ বগাজুলিত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ

 | by NNO Correspondent  |  0
Printer-friendly version

 

তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলিত এটি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ। হাতী পোৱালীটোৰ কাণ আৰু সোঁভৰিত আঘাতৰ চিন।