Home ৰাজনীতিমোডীৰ বাজেটৰ বিৰুদ্ধে ক’লা দিৱস পালন কৰিব RSSৰ ভাতৃ সংগঠন মজদুৰ সংঘই

মোডীৰ বাজেটৰ বিৰুদ্ধে ক’লা দিৱস পালন কৰিব RSSৰ ভাতৃ সংগঠন মজদুৰ সংঘই

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ RSSৰ ভাতৃ সংগঠণ মজদুৰ সংঘই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি দেশৰ বিমানবন্দৰ সমূহ ব্যক্তিগতকৰণ কৰি ভূ-মাফিয়াসকলক সহায় কৰিব বিচৰা বুলি কয়। মজদুৰ সংঘই এই ঘটনাক ভ্ৰষ্টচাৰৰ ঘটনা আখ্যা দিয়ে৷ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক পৱন কুমাৰে কেন্দ্ৰীয় বাজেটত চৰকাৰে ১২৫টা বিমানবন্দৰৰ উন্নয়ন কৰাৰ কথা উল্লেখ কৰা বিষয়টোক উভতি ধৰি চৰকাৰে ভূমি অধিগ্ৰহণ আৰম্ভ কৰা বুলি কয়৷

কিন্তু এতিয়া চৰকাৰে বিমান বন্দৰ ব্যক্তিগতকৰণ কৰাৰ কথা উল্লেখ কৰে। ব্যক্তিগতকৰণে বিজেপিৰ ভ্ৰষ্টচাৰ স্পষ্ট হৈ পৰাৰ লগতে প্ৰশ্ন উত্থাপন হৈছে এয়া ভূমাফিয়াৰ কাণ্ডটো নহয় বুলি প্ৰশ্ন উত্থাপন কৰে মজদুৰ সংঘই৷ ভাৰতীয় মজদুৰ সংঘ আৰএছএছৰ ভাতৃ সংগঠন। কেন্দ্ৰীয় বাজেটত উল্লেখ কৰা বিষয়ক লৈ অসন্তুষ্ট মজদুৰ সংঘই আক্ৰমণৰ লক্ষ্য কৰি বিজেপিক ভ্ৰষ্টচাৰি বুলি কয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0