ডিজিটেল ডেস্কঃ ডিজিটেল ডেস্কঃ ৰোহিংগীয়া শৰনাৰ্থীক ওভতাই নিয়াৰ বাবে যো-জা চলাইছে ম্যানমাৰ চৰকাৰে৷ কিন্তু ইয়াৰ লগে লগে ম্যানমাৰ চৰকাৰে আৰোপ কৰিছে কিছু চৰ্তৰ৷ যাৰ বাবে চিন্তিত হৈ পৰিছে বাংলাদেশ চৰকাৰ৷
ম্যানমাৰত অনুষ্ঠিত দুয়ো দেশৰ এখন বৈঠকৰ অন্তত বাংলাদেশ চৰকাৰৰ মন্ত্ৰীসকলে এখন বিবৃতি যোগে বাংলাদেশত থকা ৰোহিংগীয়া শৰনাৰ্থীসকলক ম্যানমাৰে ওভতাই নিয়াৰ ক্ষেত্ৰত সন্মতি প্ৰকাস কৰাৰ লগতে, স্বাভাবিক পৰিস্থিতি ৰক্ষা কৰা আৰু নিৰাপত্তা প্ৰদান কৰাৰ বাবেও আশ্বাস দিয়ে বুলি প্ৰকাশ কৰে৷