56
চামগুৰিঃ চামগুৰিৰ আমনিত বৃহস্পতিবাৰে বিয়লি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখাই তীব্ৰ বিক্ষোভ কাৰ্যসূচী হাতত লয়।
আমনি তিনিআলিত সমৱেত হোৱা অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে তীব্ৰ বিক্ষোভ প্ৰকাশ কৰি মন্ত্ৰী কেশৱ মহন্ত, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে।