Home গুৱাহাটীশৰাইঘাটত ছেলফি নিষিদ্ধ, ৰখাব নোৱাৰিব গাড়ী

শৰাইঘাটত ছেলফি নিষিদ্ধ, ৰখাব নোৱাৰিব গাড়ী

by News Desk
90 views
A+A-
Reset

ডিজিটেল ৰিপ’ৰ্টঃ শৰাইঘাটৰ বৃহৎ দলং। কাছৰ পিঠিত থাকে চলং। এখন নহয় এতিয়া দুখনকৈ বৃহ দলং। নতুন দলংখনে মায়াময় কৰি তুলিছে সমগ্ৰ পৰিৱেশটোকে। আগৰ দৰে এতিয়া ঘণ্টাৰ পিছত ঘণ্টা ধৰি আৱদ্ধ হৈ ৰ’ব নালাগে যান-জঁটত। মুঠৰ ওপৰত দলং দুখনত এতিয়া এক সুন্দৰ পৰিৱেশ। বিশেষকৈ নতুন দলংখনৰে পাৰ হৈ গ’লে ছেলফি পিয়াসী মনটোৱে এবাৰলৈ হ’লেও সকলোকে ৰ’বলৈ বাধ্য কৰে।

সেয়ে ছেলফি তুলি ভাল পোৱা প্ৰতিজনেই গাড়ী ৰখাই হ’লেও শৰাইঘাটৰ নৱনিৰ্মিত দ্বিতীয়খন দলঙত এপাক ৰৈ দিয়ে। এপাক ৰৈ লুইতৰ নৈসৰ্গিক শোভা চাই আপোন পাহৰা হৈ ছেলফি তুলি স্মাৰ্টফোনৰ মেমৰিত আৱদ্ধ কৰি ৰাখে ভাললগা দৃশ্য, ভাললগা সময়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0