71
লখিমপুৰঃ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰীৰ নাম পাহৰিলে বিধায়ক দেৱানন্দ হাজৰিকাই৷
# মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত বিহপুৰীয়াৰ বিধায়কজনে ‘মুখ্যমন্ত্ৰী প্ৰফুল্ল’ বুলি কৈ নিজৰ ভুল ধৰিব পাৰি থমকি ৰৈ যায়৷