64
আল আহছাঃ ছৌদি আৰৱত এজন ব্যক্তিৰ পেটৰ পৰা ওলাল এটা বৈদ্যুতিক বাল্ব৷ চিকিৎসকে অস্ত্ৰোপচাৰ কৰি উলিয়ায় বাল্বটো৷ ২১ বছৰীয়া যুৱকজনে শৈশৱতে ষ্টাণ্ট দেখাবলৈ গৈ ভক্ষণ কৰিছিল বাল্বটো৷
সুদীৰ্ঘ ১০ বছৰৰ অন্তত জ্বৰ, বমি আৰু ওকালি অহা যুৱকজনক জৰুৰীকালীনভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত চিটিস্কেন কৰাৰ অন্তত যুৱকজনৰ পেটত তাঁৰযুক্ত কিবা এটা বস্তু ধৰা পৰে।