50
newsnextone.com | ডিজিটেল ডেস্কঃ বিহাৰত ভাৰতীয় জনতা পাৰ্টী আৰু জনতা দল ইউনাইটেডৰ মাজত বিভেদ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কোন দলে কিমান খন আসনত নিৰ্বাচনী ৰণত নামত, তাক লৈ মতভেদ সৃষ্টি হৈছে৷
সোমবাৰে জেডিইউয়ে বিজেপিক ইতিকিং কৰি কয় যে বিজেপিৰ নেতাই বিতৰ্কিত চৰ্চা লাভত নিয়ন্ত্ৰণ ৰাখিব পাৰিলেহে ভাল হ’ব৷