newsnextone.com ।। চৰাইদেউঃ দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বোমা উদ্ধাৰ। চৰাইদেউৰ সাপেখাতীৰ হোলোঙামৰাৰ কানু গগৈৰ চাহ বাগিচাত উদ্ধাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা প্ৰায় ২০ কেজি ওজনৰ এই বোমা ।