Home ক্ৰীড়াৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত তেজপুৰৰ খেলুৱৈ

ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত তেজপুৰৰ খেলুৱৈ

by News Desk
77 views
A+A-
Reset

তেজপুৰঃ পশ্চিম বংগৰ দুৰ্গাপুৰস্থিত চিধু কানু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চিনিয়ৰ ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতা ২০১৭ লৈ নিৰ্বাচিত হোৱা অসমৰ ৯ জনীয়া দলটোৰ মাজত তেজপুৰৰ দুজন যুৱক সীমান্ত বৰা (ফিজিক শৰীৰচৰ্চাগাৰ) মোৱামাৰী আৰু পিংকু চক্ৰবৰ্তী (শোণিতপুৰ শৰীৰচৰ্চাগাৰ) তেজপুৰ নিৰ্বাচিত হোৱাক লৈ আনন্দিত হৈছে তেজপুৰবাসী৷

লগতে দুয়োজন খেলুৱৈক বলিষ্ঠ প্ৰতিদন্দিতা আগবঢ়াই সাংস্কৃতিক চহৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ শুভকামনা  জ্ঞাপন কৰিছে। শোণিতপুৰ জিলা বডি বিল্ডিং এচচিয়েচনেও দুয়োজনকে শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে ফিজিক্স শৰীৰচৰ্চাগাৰৰ প্ৰশিক্ষক শৰৎ শইকীয়াই তেওঁৰ সম্পূৰ্ণ বক্তিগত খৰছৰে অঞ্চলটোৰ ডেকাসকলক প্ৰায় ৭ বছৰ ধৰি প্ৰশিক্ষণ দি আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0