65
ৱাশ্বিংটনঃ অবিশ্বাস্য কিন্তু সত্য৷ আমেৰিকাৰ ছাৰা মুৰ নামৰ এগৰাকী মহিলাই ১৯ বছৰতেই ৩,৩৩২ জন ব্যক্তিৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে৷
১৫ বছৰৰ বয়সতেই এই কাম আৰম্ভ কৰিছিল৷ জেফ ডেনিয়ল নামৰ এজন ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পাছত আৰম্ভ হৈছিল কথা-বতৰা। তাৰ পাছত বন্ধুত্ব। ই সলনি হৈছে প্ৰেমলৈ৷ এই প্ৰম-যুগলৰ এক অস্বাভাৱিক বৃত্তিৰ ভিত্তিতেই পোহৰলৈ আহিছে উল্লিখিত পৰিসংখ্যা!