Home ৰাজনীতিবি জে পিৰ পালি নেতা টৌফিক উদ্দিনে খুজিলে ক্ষমা

বি জে পিৰ পালি নেতা টৌফিক উদ্দিনে খুজিলে ক্ষমা

by News Desk
75 views
A+A-
Reset

শিৱসাগৰঃ যোৱা ২৩ ফেব্ৰুৱাৰীত শিৱসাগৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি শিৱসাগৰৰে টৌফিক উদ্দিনে নামৰ এজন বি জে পি পালি নেতাই বি জে পিক সমৰ্থন নকৰা মুছলমান লোকসকলৰ শৰীৰত গাহৰিৰ তেজ আছে বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল। যাৰ বাবে শিৱসাগৰৰ বহুত দল-সংগঠনে টৌফিকৰ বিৰুদ্ধে শিৱসাগৰ সদৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰে৷

 
টৌফিকে নিজকে অইন আৰু ৰাইজৰ পৰা বচাবলৈ অৱশেষত নাটকীয়ভাৱে ক্ষমা বিচাৰে৷ টৌফিকে জানিব দিয়ে যে তেওঁ ৰাইজৰ বাবে কাম কৰিবলৈ বিচাৰে আৰু উক্ত অনুস্থানটোত স্থানীয় ৰাইজ উপস্থিত নথকাৰ বাবে তেওঁ এনে মন্তব্য কৰিছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0